মই ঈশ্বৰক কলো, "মোৰ বন্ধুক সদায় সুখ আৰু আনন্দত ৰাখিবা।"
 ঈশ্বৰে ক'লে, "ঠিক আছে, কিন্তু মাত্ৰ 4 দিনৰ বাবে……
কোন 4 দিন তুমিয়েই কোৱা……"

মই কলো, "ঠিক আছে……
1)  Summer  Day
2)  Winter  Day
3)  Rainy  Day
4)  Spring  Day"

ঈশ্বৰ confused  হৈ ক'লে, "নহয় মাত্ৰ 3 দিন ……"

মই কলো, "ঠিক আছে…
1)  Yesterday,
2)  Today,
3)  Tomorrow"

ঈশ্বৰ পুনৰ confused হৈ ক'লে,  "মাত্ৰ 2 দিন……"

মই কলো, "ঠিক আছে……
1)  Current Day
           আৰু
2)  Next  Day"

ঈশ্বৰ পুনৰবাৰ   confused হৈ ক'লে, "নহয় মাত্ৰ 1 দিন…"

মই কলো, "ঠিক আছে
1)  Everyday"

ঈশ্বৰে হাঁহি হাঁহি ক'লে, "ঠিক আছে বাৰু তোমাৰ বন্ধু সদায় সুখ আৰু আনন্দত থাকিব।"

এই message নিজৰ জীৱনৰ Sweet  Friend লৈ send  কৰা……
মোলৈও (যদিহে মইও তাৰ ভিতৰত আছো)।

যদি  6 জন লোকৰ  reply তোমালৈ আহে তেন্তে ……
You  are  most Lucky one…

Comments