Valentine Day Gift

ছোৱালী- কি কৰিছা?
লৰা- 14 তাৰিখৰ বজাৰ কৰি আছো।
ছোৱালী- love you কি কি কিনিলা।
লৰা- ভাং, ধতোৰা, ছিলিম, গাখীৰ, মৌ, ঘিঁউ, পিঠাগুৰি, গুৰ, চেনী.... আৰু কিবা থাকিল নিকি?
ছোৱালী- (খঙত)😡 সাপ এডালো লৈ আহিবা।
😂😂😂😂😂😂

Comments